ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি ভয় ৰহিত
ଉଦାହରଣ : মনু এগৰাকী নি্র্ভীক ছোৱালী
ସମକକ୍ଷ : অকুতোভয়, অশংক, অশংকিত, অশঙ্কিত, নি্র্ভীক, নি্র্ভয়, বে-পৰোৱা, ভীতিশূন্য, ভীতিহীন, ভয়শূন্য, ভয়হীন, শংকাশূন্য
ଅର୍ଥ : যিটো আশংকিত নহয়
ଉଦାହରଣ : মহাভাৰত যুদ্ধৰ পিছত পাণ্ডৱে শংকাহীনভাৱে কিছুকাল ৰাজ্য শাসন কৰিছিল
ସମକକ୍ଷ : অশংক, নিশংকা, নিশঙ্কা, শংকাহীন, শঙ্কাহীন, সংশয়হীন
ସଂସ୍ଥାପନ କରନ୍ତୁ