ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ভাগ্য বা সংযোগবশতঃ হোৱা
ଉଦାହରଣ : দৈৱিক ঘটনাক অৱজ্ঞা কৰা বৰ কঠিন
ସମକକ୍ଷ : দৈৱিক
ଅର୍ଥ : পৰলোকৰ লগত সম্বন্ধ ৰখা
ଉଦାହରଣ : মহাত্মাজীয়ে পৰলৌকিক কথা কৈ আছে
ସମକକ୍ଷ : দিব্য, পৰলৌকিক
ଅର୍ଥ : ইন্দ্রিয়ৰ দ্বাৰা জ্ঞান বা অনুভৱ নোহোৱা
ଉଦାହରଣ : ঈশ্বৰ ইন্দ্রিয়াতীত
ସମକକ୍ଷ : অতিন্দ্রিয়, অপ্রত্যক্ষ, ইন্দ্রিয়গোচৰ, ইন্দ্রিয়াতীত, দেহাতীত, পৰোক্ষ
ଅର୍ଥ : যি মানৱী নহয় বা তাৰ ওপৰৰ
ଉଦାହରଣ : ৰাম, কৃষ্ণ আদি অলৌকিক পুৰুষ আছিল
ସମକକ୍ଷ : অমানৱী
ସଂସ୍ଥାପନ କରନ୍ତୁ