ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি যোগ্য নহয়
ଉଦାହରଣ : তেওঁৰ ্ডাঙৰ লʼৰাটো বৰ অযোগ্য
ସମକକ୍ଷ : অযোগ্য
ଅର୍ଥ : যি কোনো কাম নকৰে
ଉଦାହରଣ : নি্ষ্কর্মা ব্যক্তিক সকলোৱে বেয়া পায়
ସମକକ୍ଷ : অকর্মণ্য, অকর্মা, অকাজভাগী, অকামিলা, নি্ষ্কর্মা, বেকাৰ
ଅର୍ଥ : যিজন যোগ্য নহয়
ଉଦାହରଣ : প্রবন্ধকগৰাকীয়ে অযোগ্য লোকসকলক সংস্থাৰ পৰা উলিয়াই দিলে
ସମକକ୍ଷ : অনুপযুক্ত, অনুপযোগী, অযোগ্য, গড়লায়ক, জলধা, যোগ্যহীন
ସଂସ୍ଥାପନ କରନ୍ତୁ