ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অলাগতিয়াল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অলাগতিয়াল   বিশেষণ

ଅର୍ଥ : যিটো আৱশ্যক নহয়

ଉଦାହରଣ : তুমি অলাগতিয়াল কামত নিজৰ সময় নষ্ট কৰা উচিত নহয়

ସମକକ୍ଷ : অদৰকাৰী, অনাৱশ্যকীয়, অপ্রয়োজনীয়, অবাঞ্ছনীয়, অলাগতীয়া, নলগা, নিষ্প্রয়োজন, ফালতু

ଅର୍ଥ : যি অদৰকাৰেৰে পূর্ণ

ଉଦାହରଣ : অদৰকাৰী কথাবোৰ কৈ নাথাকিবা

ସମକକ୍ଷ : অদৰকাৰী, অনাৱশ্যকীয়, অলাগতীয়া অপ্রয়োজনীয়, অসংগত, নলগা-, যা-তা, লাপি-লুপা

ଅର୍ଥ : যি সম্বন্ধিত নহয়

ଉଦାହରଣ : প্রেচ বিবৃতিত নেতাজনে প্রশ্নৰ উত্তৰ নিদি সংগতিহীন কথা কʼবলৈ ধৰিলে

ସମକକ୍ଷ : অসংলগ্নিত, সংগতিহীন, সম্বন্ধহীন, সম্বন্ধৰহিত