ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি ব্যক্তি ভয়াতুৰ
ଉଦାହରଣ : বীৰ পুৰুষ জীৱনত এবাৰ মৰে কিন্তু কাপুৰুষ জীৱনত বাৰে-বাৰে মৰে
ସମକକ୍ଷ : অমানুহ, কাপুৰুষ, ভীৰু, ভীৰু পুৰুষ
ଅର୍ଥ : যিজনৰ মন ভয়ভাৱেৰে পূর্ণ ্ অথবা যিলোকৰ কোনো কাম আদি কৰিবলৈ লʼলে মনত ভয় উপজে:ভয়াতুৰ মানুহে জীৱনত বাৰে-বাৰে হাৰ মানিব লগীয়া হয়
ଉଦାହରଣ :
ସମକକ୍ଷ : অসাহসিক, আতঙ্কগ্রস্ত, আতঙ্কিত, উচপিচীয়া, চকিত, ত্রস্ত, ত্রাসিত, ভীত, ভয়গ্রস্ত, ভয়াতুৰ, ভয়ার্ত্ত, ভয়াল, সন্ত্রস্ত, সন্ত্রাসিত
ଅର୍ଥ : যি ভয় খাইছে
ଉଦାହରଣ : অন্যায়ৰ দ্বাৰা ভীত নহৈ তাৰ বিৰুদ্ধে যুঁজিব লাগে
ସମକକ୍ଷ : আতংকিত, ত্রস্ত, ত্রাসান্বিত, ভীত, ভীতি-বিহ্বল, ভয়গ্রস্ত, ভয়ত্রস্ত, ভয়াতুৰ, ভয়ার্ত, ভয়াল, শংকিত, শঙ্কিত, সশংকিত, ্ত্রাসিত
ସଂସ୍ଥାପନ କରନ୍ତୁ