ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অলপ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অলপ   বিশেষণ

ଅର୍ଥ : যিটো বহুতেই কম

ଉଦାହରଣ : অকণমান বৰষুণতে ৰোৱা-ধানখিনি নষ্ট হৈ গʼল

ସମକକ୍ଷ : অকণমান, অলপমান, অলপীয়া, স্বল্প

ଅର୍ଥ : সংখ্যাত তাকৰ

ଉଦାହରଣ : মোৰ অলপমান টকাৰ প্রয়োজন হৈছে

ସମକକ୍ଷ : অলপমান

ଅର୍ଥ : যিটো হিচাপতকৈ কম

ଉଦାହରଣ : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে

ସମକକ୍ଷ : অপ্রচুৰ, অপ্রতুল, অল্প, আংশিক, কম, কিছু, ক্ষণিক, ন্যূন, লেশ

ଅର୍ଥ : কম অংশৰ বা কম অংশৰ সৈতে সম্বন্ধিত

ଉଦାହରଣ : এই অঞ্চলটোৰ অলপ ঠাই বানপানীত ডুব গৈছে

ସମକକ୍ଷ : কম, ন্যূন