ଅର୍ଥ : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
ଉଦାହରଣ :
সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
ସମକକ୍ଷ : অলংকাৰপূর্ণ, আভূষিত, বিভূষিত, ভূষিত, সজ্জিত
ଅର୍ଥ : যাক কোনো পদ, গৰিমা আদিৰে সন্মান কৰা হৈছে
ଉଦାହରଣ :
তেওঁক ্ ভাৰতৰত্ন উপাধিৰে অলংকৃত কৰা হৈছে
ସମକକ୍ଷ : বিভূষিত