ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো বাস্তৱসন্মত নহয়
ଉଦାହରଣ : তেওঁ ্কাল্পনিক কথাবোৰ সকলোকে শুনাই থাকে
ସମକକ୍ଷ : অবাস্তৱিক, কল্পিত, কাল্পনিক, খেয়ালি, মিছা
ଅର୍ଥ : যিটো উচিত বা যুগুত নহয়
ଉଦାହରଣ : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ
ସମକକ୍ଷ : অনুচিত, অন্যায়, অযুগুত, অসংগত, অসজ, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল
ସଂସ୍ଥାପନ କରନ୍ତୁ