ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাক বন্ধা হৈছে
ଉଦାହରଣ : ৰামচৰিত মানসত তুলসীদাসে দোহা-চতুষ্পদীৰ ৰচনা আৱদ্ধ ছন্দত কৰিছে
ସମକକ୍ଷ : আৱদ্ধ, নিৱদ্ধ
ଅର୍ଥ : যিয়ে মোক্ষ লাভ কৰা নাই বা জন্ম-মৃত্যুৰ পৰা পৰিত্রাণ পোৱা নাই
ଉଦାହରଣ : তেওঁ মুক্তি নোপোৱা আত্মাৰ শান্তিৰ কাৰণে পিণ্ডদান কৰিছে
ସମକକ୍ଷ : মুক্তি নোপোৱা-
ସଂସ୍ଥାପନ କରନ୍ତୁ