ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অমিল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অমিল   বিশেষ্য

ଅର୍ଥ : কোনো দল বা মানুহৰ মাজত এজন আনজনৰ বিৰোধী হোৱা ভাব

ଉଦାହରଣ : কৌৰৱ-পাণ্ডৱৰ মাজত বিভেদ সৃষ্টি কৰি প্রতিশোধ লোৱাই শকুনি মামাৰ উদ্দেশ্য আছিল

ସମକକ୍ଷ : অনৈক্য, ফাট, বিভাজন, বিভেদ, ভেদ

অমিল   বিশেষণ

ଅର୍ଥ : যিটো সদৃশ নহয় বা এটা আনটোৰ লগত নিমিলে

ଉଦାହରଣ : সকলো ধর্মৰে ্ মার্গ বেলেগ বেলেগ হʼলেও লক্ষ্য একেই

ସମକକ୍ଷ : অনেক প্রকাৰ, অনেক ৰকম, অনেকবিধ, না না, নানা, নানা প্রকাৰ, নানাতৰহ, নানান, নানাপ্রকাৰ, নানাবিধ, পৃথক, বহু প্রকাৰ, বহু ৰকম, বহুবিধ, বিবিধ, বিবিধপ্রকাৰ, বিভিন্ন, বেলেগ বেলেগ, ভিন্ন, হৰেকৰকম

ଅର୍ଥ : যʼত মিল নাই

ଉଦାହରଣ : তেওঁ নিজৰ অমিল বিবাহক লৈ সুখী

ସମକକ୍ଷ : বিযুৰীয়া