ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : স্বীকাৰ নকৰাৰ ভাব বা কার্য
ଉଦାହରଣ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
ସମକକ୍ଷ : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা
ଅର୍ଥ : কোনো কথা, কাম আদিত সহমত নোহোৱা ভাব বা কার্য
ଉଦାହରଣ : সদস্যসকলৰ অসন্মতিৰ কাৰণেই এই আঁচনিখন ওলমি আছে
ସମକକ୍ଷ : অসন্মতি, অসমর্থন, অসহমত, সন্মতিহীনতা
ଅର୍ଥ : যিজন সন্মত বা মান্তি নহয়
ଉଦାହରଣ : কিছুমান লোক এই প্রস্তাৱটোত অসন্মত আছিল
ସମକକ୍ଷ : অসন্মত
ସଂସ୍ଥାପନ କରନ୍ତୁ