ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : মানুহৰ স্বভাৱ, প্রকৃতি বা আচৰণৰ বিপৰীত আচৰণ কৰা বা পশুৰ দৰে কৰা আচৰণ
ଉଦାହରଣ : পাশৱিক প্রবৃত্তিবোৰক কেতিয়াও প্রশ্রয় দিয়া উচিত নহয়
ସମକକ୍ଷ : অমানৱীয়, পশুৱৎ, পাশৱিক
ଅର୍ଥ : অসুৰৰ লগত সম্বন্ধ থকা বা অসুৰৰ
ଉଦାହରଣ : আসুৰিক কথা শুনায় তেওঁ ্মোক ভয় খুৱাই দিলে
ସମକକ୍ଷ : আসুৰিক, পৈশাচিক
ସଂସ୍ଥାପନ କରନ୍ତୁ