ଅର୍ଥ : অসাৱধান হৈ থকা অৱস্থা বা ভাব
ଉଦାହରଣ :
অসাৱধানতাৰে ৰাষ্টা পাৰ হোৱাৰ সময়ত মোহনক এখন গাড়ীয়ে খুন্দামাৰি থৈ গʼল
ସମକକ୍ଷ : অসাৱধানতা
ଅର୍ଥ : কোনো কথা বা কামত মন লীন নোহোৱা দশা বা ভাব
ଉଦାହରଣ :
যোগৰ দ্বাৰা অমনোযোগিতা দূৰ কৰিব পাৰি
ସମକକ୍ଷ : ধ্যানহীনতা