ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অভেদ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অভেদ   বিশেষ্য

ଅର୍ଥ : এক হোৱা অৱস্থা বা ভাব:দেশৰ একতা আৰু অখণ্ডতা ৰক্ষা কৰা আমাৰ পৰম কর্তব্য

ଉଦାହରଣ :

ସମକକ୍ଷ : একতা, একত্ব, একাত্মতা, ঐকাত্ম্য, ঐক্য, ঐক্যবদ্ধতা, সংহতি

ଅର୍ଥ : উপযুক্ত আৰু সঠিকভাৱে কৰা সংযোগ

ଉଦାହରଣ : পৰস্পৰৰ মিলৰ দ্বাৰা কঠিনৰো কঠিন কাম সম্ভৱ হয়

ସମକକ୍ଷ : অদ্বিতীয়ত্ব, অনুৰূপতা, অপার্থক্য, অপৃথকতা, অবিচ্ছিন্নতা, অভিন্নতা, অভিন্নত্ব, একতা, একৰূপতা, ঐক্য, তুল্যতা, মিল, সদৃশতা, সমতা, সমভাব, সমানয়ন, সমৰূপত্ব, সামঞ্জস্য, সাযুজ্য

অভেদ   বিশেষণ

ଅର୍ଥ : যি ভিন্ন নহয়

ଉଦାହରଣ : তেওঁলোকৰ অভিন্ন যোৰাটো দেখি সকলো আনন্দিত হৈ পৰে

ସମକକ୍ଷ : অপৃথক, অভিন্ন

ଅର୍ଥ : যিটো ভেদ্য নহয় বা যাৰ ভেদন সম্ভৱ নহয়

ଉଦାହରଣ : প্রাচীন কালত ৰজাসকলে অভেদ্য দুর্গ নির্মাণ কৰিছিল

ସମକକ୍ଷ : অচ্ছেদ্য, অভেদনীয়, অভেদ্য, দুর্ভেদ্য