ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি আহাৰে শৰীৰৰ অপকাৰ কৰে
ଉଦାହରଣ : অপথ্য খোৱা কাৰণে শ্যামৰ বেমাৰ হৈছে
ସମକକ୍ଷ : অখাজ, অখাদ্য, অপথ্য, অভক্ষ্য, অভোজ্য, কুপথ্য, খাব নলগীয়া-
ଅର୍ଥ : যি খোৱাৰ যোগ্য নহয়
ଉଦାହରଣ : এইটো অখাদ্য বস্তু
ସମକକ୍ଷ : অখাজ, অখাদ্য, অপথ্য, অভক্ষ, অভক্ষ্য, অভোজ্য, কুখাদ্য, কুপথ্য
ଅର୍ଥ : আনন্দ লোৱা বা ভোগ কৰাৰ অযোগ্য
ଉଦାହରଣ : ৰন্ধা খাদ্য ছয় ঘণ্টাৰ পিছত অভক্ষণীয় হৈ যায়
ସମକକ୍ଷ : খাব নোৱাৰা, খাব নোৱৰা, বেয়া
ସଂସ୍ଥାପନ କରନ୍ତୁ