ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ বোধ শক্তি নাই
ଉଦାହରଣ : প্রকৃতিত বহুত অবোধ প্রাণী আছে
ସମକକ୍ଷ : অবোধগম্য
ଅର୍ଥ : যাৰ বুদ্ধি নাই বা বুদ্ধি কম
ଉଦାହରଣ : মূর্খই ্অবাবত তর্ক কৰে
ସମକକ୍ଷ : অহম্মক, গোটগৰু, দগধা, নির্বোধ, বুদ্ধিহীন, বুর্বক, ভোদা, মূর্খ, মূৰুখ
ଅର୍ଥ : যি বিবেকবান নহয় বা যাৰ ভাল-বেয়াৰ জ্ঞান নাই
ଉଦାହରଣ : অবিবেকী কংসই ভগৱান কৃষ্ণক মাৰিবলৈ অনেক চেষ্টা কৰিছিল, কিন্তু সফল নহʼল
ସମକକ୍ଷ : অজ্ঞানী, অন্ধ, অবিবেকী, বিবেকশূন্য, বিবেকহীন
ସଂସ୍ଥାପନ କରନ୍ତୁ