ଅର୍ଥ : যিজন ব্যক্তি বিশ্বাসৰ পাত্র নহয়
ଉଦାହରଣ :
আধুনিক যুগত অবিশ্বাসী ব্যক্তিক চিনি পাবলৈ কঠিন
ସମକକ୍ଷ : অবিশ্বাসী ব্যক্তি
ଅର୍ଥ : যিজনৰ বিশ্বাস নাই বা যিয়ে কাকো বিশ্বাস নকৰে
ଉଦାହରଣ :
তেওঁ এজন অবিশ্বাসী লোক, তেওঁক বুজাই একো লাভ নাই
ସମକକ୍ଷ : অবিশ্বস্ত, অসঞ্জাতী, ফাত্রা, বিশ্বাস নাইকিয়া
ଅର୍ଥ : যাৰ ওপৰত বিশ্বাস নাই বা যাক বিশ্বাস কৰিব নোৱাৰি
ଉଦାହରଣ :
এইটো অবিশ্বাস্য কথা
ସମକକ୍ଷ : অপ্রত্যয়জনক, অবিশ্বসনীয়, অবিশ্বস্ত, অবিশ্বাসযোগ্য, অবিশ্বাস্য, অসঞ্জাতী, আস্থাহীন, বিশ্বাসহীন, সঞ্জাতহীন