ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজন বিচলিত নহয়
ଉଦାହରଣ : অবিচলিত লোকে নিজৰ লক্ষ্যত সহজেই উপনীত হয়
ସମକକ୍ଷ : অবিচলিত, স্থিৰ
ଅର୍ଥ : যি সিদ্ধান্ত সলনি নহয়
ଉଦାହରଣ : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল
ସମକକ୍ଷ : অটল, একনিষ্ঠ, একাগ্র, দৃঢ়, নিমগ্ন, স্থিৰ
ଅର୍ଥ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
ଉଦାହରଣ : পাহাৰ-পর্বত স্থিৰ
ସମକକ୍ଷ : অচল, অচৰ, অটল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ