ଅର୍ଥ : যিটো আৱশ্যক নহয়
ଉଦାହରଣ :
তুমি অলাগতিয়াল কামত নিজৰ সময় নষ্ট কৰা উচিত নহয়
ସମକକ୍ଷ : অদৰকাৰী, অনাৱশ্যকীয়, অপ্রয়োজনীয়, অলাগতিয়াল, অলাগতীয়া, নলগা, নিষ্প্রয়োজন, ফালতু
ଅର୍ଥ : ইচ্ছা নাইকিয়া হৈ যোৱা বা যিটো ইপ্সিত নহয়
ଉଦାହରଣ :
কেতিয়াবা কেতিয়াবা কোনো অবাঞ্ছিত বস্তুৰ প্রাপ্তি আনন্দদায়ক হৈ পৰে
ସମକକ୍ଷ : অকাম্য, অনভিলষণীয়, অনভিলষিত, অনাকাঙ্ক্ষী, অনীপ্সিত, অপ্রত্যাশিত, অবাঞ্ছিত, ইচ্ছাহীন, নিবিচৰা-, নিস্পৃহ