ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো নতুন, অদ্ভূত বা অসাধাৰণ বিষয় দেখিলে, শুনিলে বা ধ্যান দিলে উৎপন্ন হোৱা মনৰ অৱস্থা
ଉଦାହରଣ : মোক হঠাৎ দেখি ্ তেওঁ ্ অবাক হʼল
ସମକକ୍ଷ : আচৰিত হোৱা-, আশ্বর্য, আশ্বর্য্য, চমক, বিচূর্ত্তি, বিস্ময়
ଅର୍ଥ : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
ଉଦାହରଣ : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে
ସମକକ୍ଷ : অদ্ভুত কাম, আচৰিত, আশ্চর্য, চমক, চমৎকাৰ, তবধ, বিস্ময়
ଅର୍ଥ : যি ্আশ্বর্য ্প্রকাশ কৰিছে
ଉଦାହରଣ : তেওঁৰ ্কাম দেখি আমি সকলো অবাক ্হʼলোঁ
ସମକକ୍ଷ : আচৰিত, স্তম্ভিত
ଅର୍ଥ : যি একো নকয়
ଉଦାହରଣ : মৌন ব্যক্তিৰ মনত অহৰহ চিন্তা চলি থাকে তেওঁৰ ্কথাশুনি মই অবাক হৈ পৰিলোঁ
ସମକକ୍ଷ : চুপ, মৌন
ସଂସ୍ଥାପନ କରନ୍ତୁ