ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ সীমা নাই
ଉଦାହରଣ : সাধুজনে ভগৱানৰ অসীম লীলাৰ গুণ-গান বখানি আছে
ସମକକ୍ଷ : অপাৰ, অবাধ, অসীম, সীমাহীন
ଅର୍ଥ : যাৰ গভীৰতা বা তলি গম পোৱা নাযায়
ଉଦାହରଣ : পণ্ডিত সুনীলৰ অগাধ জ্ঞান আছে
ସମକକ୍ଷ : অগাধ, অতল, অপাৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ