ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো পৰিষ্কৃত নহয় বা যাক পৰিষ্কাৰ কৰা হোৱা নাই
ଉଦାହରଣ : সাহিত্যত অমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত নহয়
ସମକକ୍ଷ : অমার্জিত, অসংস্কৃত
ଅର୍ଥ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়
ଉଦାହରଣ : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে
ସମକକ୍ଷ : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা
ଅର୍ଥ : যিটোৰ শোধন কৰা হোৱা নাই
ଉଦାହରଣ : অশোধিত পানী স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক
ସମକକ୍ଷ : অশুদ্ধ, অশোধিত, অসংশোধিত, লেতেৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ