ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অপৰিষ্কৃত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অপৰিষ্কৃত   বিশেষণ

ଅର୍ଥ : যিটো পৰিষ্কৃত নহয় বা যাক পৰিষ্কাৰ কৰা হোৱা নাই

ଉଦାହରଣ : সাহিত্যত অমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত নহয়

ସମକକ୍ଷ : অমার্জিত, অসংস্কৃত

ଅର୍ଥ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়

ଉଦାହରଣ : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে

ସମକକ୍ଷ : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা

ଅର୍ଥ : যিটোৰ শোধন কৰা হোৱা নাই

ଉଦାହରଣ : অশোধিত পানী স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক

ସମକକ୍ଷ : অশুদ্ধ, অশোধিত, অসংশোধিত, লেতেৰা