ଅର୍ଥ : যি সম্পূর্ণ ৰূপে বিকশিত হোৱা নাই
ଉଦାହରଣ :
অপৰিপক্ক ব্যক্তি পৰিপক্ক ব্যক্তিৰ ওপৰত নি্র্ভৰশীল হৈ থাকে
ସମକକ୍ଷ : অল্পবিকশিত
ଅର୍ଥ : যিজনে কোনো কাম এইমাত্রহে শিকিছে
ଉଦାହରଣ :
এই কামটো নতুন মানুহেও কৰিব পাৰে
ସମକକ୍ଷ : অনভ্যস্ত, অপৈণত, অসিদ্ধ, নতুন, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু