ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অপৰাধ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অপৰাধ   বিশেষ্য

ଅର୍ଥ : যিটো কামত নিয়ম উলংঘা কৰিলে কৰোতাক আইনমতে দণ্ড বিহিব পাৰে

ଉଦାହରଣ : প্রকৃতি ধ্বংস কৰা এক অপৰাধ চোৰ কৰা এক অপৰাধ

ସମକକ୍ଷ : অধর্ম, কলুষ, দোষ, পাতক, পাপ

ଅର୍ଥ : সেই অনুচিত কার্য ্যাৰ দ্বাৰা আনৰ হানি হয়

ଉଦାହରଣ : কেতিয়াবা কেতিয়াবা আমি নজনাকৈয়ে অপৰাধ কৰো

ଅର୍ଥ : পৰকালত অশুভ ফল পায় বুলি বিশ্বাস কৰা ইহকালৰ বেয়া কাম:সন্ত কবীৰৰ মতে মিছা কথা কোৱাটো বহুত ডাঙৰ পাপ

ଉଦାହରଣ :

ସମକକ୍ଷ : অধর্ম, কলুষ, কল্মষ, গুণাহ, পাতক, পাপ, প্রত্যবায়