ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি পৰাজিত নহয় বা যাক হৰুৱাব নোৱাৰি
ଉଦାହରଣ : এই খেলত দুয়োটা দল অপৰাজিত হৈ ৰʼল
ସମକକ୍ଷ : অপ্রতিহত, অবিজিত
ଅର୍ଥ : যাক জয় কৰিব নোৱাৰি
ଉଦାହରଣ : মৃত্যু অপৰাজেয়
ସମକକ୍ଷ : অজেয়, অদমনীয়, অদমিত, অদম্য, অপৰাজেয়, অপৰাভূত, দুষ্পৰাজেয়, দুৰাক্রম্য
ସଂସ୍ଥାପନ କରନ୍ତୁ