ଅର୍ଥ : যি প্রাপ্ত হোৱা নাই
ଉଦାହରଣ :
যৌৱন অপ্রাপ্ত বালিকাৰ বিবাহ কৰাব নালাগে
ଅର୍ଥ : যিটো উপল্্ব্ধ নহয়
ଉଦାହରଣ :
কেতিয়াবা কেতিয়াবা লʼৰা-ছোৱালীয়ে অনুপল্্ব্ধ বস্তুও বিচাৰে
ସମକକ୍ଷ : অনুপল্্ব্ধ, অপ্রাপ্য, অলভ্য, আপুৰুগ, আপুৰুগীয়া, দুর্মূল্য, দুর্লভ, দুষ্প্রাপ্য, পোৱা নোযোৱা-, বিৰল, সুদুর্লভ