ଅର୍ଥ : যি নি্র্ধাৰিত নহয়
ଉଦାହରଣ :
বন্ধৰ কাৰণে সকলোবোৰ গাড়ী অনি্র্ধাৰিত সময়ত চলাচল কৰি আছে
ସମକକ୍ଷ : অনিশ্চিত, অনি্র্ধাৰিত, নভবা নিচিন্তা
ଅର୍ଥ : যিটো আশা কৰা নহয়
ଉଦାହରଣ :
মোহনৰ নিচিনা ছাত্রও অপ্রত্যাশিতভাৱে পৰীক্ষাত ফেইল হৈছে
ସମକକ୍ଷ : অনাকাংক্ষিত
ଅର୍ଥ : যি প্রত্যাশাৰ পৰা দূৰত
ଉଦାହରଣ :
ৰামে অপ্রত্যাশিত সফলতা লাভ কৰিলে
ସମକକ୍ଷ : আশাতীত, প্রত্যাশাতীত