ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো লুকুওৱা যোগ্য
ଉଦାହରଣ : এইটো গোপনীয় কথা, ৰামুক নকʼবা
ସମକକ୍ଷ : অপ্রকট্য, গুপ্ত, গোপনীয়, গোপ্য, চাপাচী, প্রচ্ছন্ন, লুক্কায়িত
ଅର୍ଥ : যি প্রকাশৰ যোগ্য নহয়
ଉଦାହରଣ : সম্পাদকে অপ্রকাশনীয় ৰচনাবোৰ ঘূৰাই দিলে
ସମକକ୍ଷ : অপ্রকাশনীয়
ଅର୍ଥ : যিটো লুকুৱাই থোৱা হৈছে
ଉଦାହରଣ : তেওঁ এই বিষয়ৰ লগত সম্বন্ধিত এটা গোপনীয় কথা কʼলে
ସମକକ୍ଷ : অজ্ঞাত, গুপ্ত, গুহ্য, গোপন, গোপনীয়, চাপাচী, নিগূঢ়, প্রচ্ছন্ন, লুক্কায়িত
ଅର୍ଥ : যিটো কথনীয় নহয়
ଉଦାହରଣ : মোৰ কিছুমান অনুভৱ অকথনীয়
ସମକକ୍ଷ : অকথনীয়, অকথ্য, অনুচ্চাৰণীয়, অবক্তব্য, অবচনীয়, অবদ্য, অবাচ্য
ସଂସ୍ଥାପନ କରନ୍ତୁ