ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অপাৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অপাৰ   বিশেষণ

ଅର୍ଥ : যাৰ সীমা নাই

ଉଦାହରଣ : সাধুজনে ভগৱানৰ অসীম লীলাৰ গুণ-গান বখানি আছে

ସମକକ୍ଷ : অপৰিসীম, অবাধ, অসীম, সীমাহীন

ଅର୍ଥ : যাৰ গভীৰতা বা তলি গম পোৱা নাযায়

ଉଦାହରଣ : পণ্ডিত সুনীলৰ অগাধ জ্ঞান আছে

ସମକକ୍ଷ : অগাধ, অতল, অপৰিসীম

ଅର୍ଥ : যাৰ ওচৰলৈ পৰা নাযায়

ଉଦାହରଣ : মোহনে দুর্লংঘ্য পর্বত ্ পাৰ হʼবলৈ চেষ্টা কৰিছে

ସମକକ୍ଷ : অগম্য, অনতিক্রমনীয়, অনতিক্রম্য, অপাৰগম্য, অলংঘনীয়, অলংঘ্য, অলঙ্ঘনীয়, অলঙ্ঘ্য, দুর্লংঘ্য, দুস্তৰ

ଅର୍ଥ : যাৰ জোখ লʼব নোৱাৰি বা যাক জোখিব নোৱাৰি

ଉଦାହରଣ : সৃষ্টি অপৰিমিত সম্পদৰ খনি

ସମକକ୍ଷ : অপৰিমিত, অমাপনীয়