ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : চুৰি কৰা
ଉଦାହରଣ : অপহৃত ধনক তেওঁ গাঁত খান্দি লুকোৱাই থলে
ସମକକ୍ଷ : চুৰি
ଅର୍ଥ : যাৰ অপহৰণ কৰা হৈছে
ଉଦାହରଣ : নিজৰ বুদ্ধিমত্তাৰ কাৰণে এজন অপহৃত শিশু অপহৰণকাৰীৰ কৱলৰ পৰা পলাই সাৰিল
ଅର୍ଥ : কাঢ়ি নিয়া
ଉଦାହରଣ : অপহৃত ধনৰ দ্বাৰা তুমি বেছিদিন সুখ নাপাবা
ସମକକ୍ଷ : লুণ্ঠিত
ସଂସ୍ଥାପନ କରନ୍ତୁ