ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অপসাৰিত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অপসাৰিত   বিশেষণ

ଅର୍ଥ : নিজৰ স্থানৰ পৰা আঁতৰ্াই দিয়া

ଉଦାହରଣ : তেওঁ ্ স্থানচ্যুত বস্তুবোৰ আকৌ নিজৰ নিজৰ ঠাইত ৰাখিছিল

ସମକକ୍ଷ : অপসৃত, দূৰীকৃত, দূৰীভূত, স্থানচ্যুত, স্থানান্তৰিত

ଅର୍ଥ : যাক চাকৰিৰ পৰা বা নিজৰ পদৰ পৰা আঁতৰোৱা হৈছে

ଉଦାହରଣ : নিলম্বিত ্ কর্মচাৰীসকলে পুনৰ সংস্থাপনৰ কাৰণে উচ্চ ন্যায়লয়ত আবেদন কৰিছে

ସମକକ୍ଷ : খেদা-খোৱা, নিলম্বিত, পদচ্যুত, বর্খাস্ত, বৰখাস্ত