ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : অপর্যাপ্ত হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ : অপর্যাপ্ততাৰ কাৰণে এই বছৰত চৰকাৰে বিদেশৰ পৰা শস্য আমদানি কৰিব লগা হʼল
ସମକକ୍ଷ : অপ্রচুৰতা, অপ্রতুলতা
ଅର୍ଥ : কমি যোৱা অৱস্থা বা ভাব
ଉଦାହରଣ : সময় কম হোৱা কাৰণে মই তালৈ যাব নোৱাৰিলো
ସମକକ୍ଷ : অকুলন, অপর্যাপ্তি, অপ্রতুলতা, অপ্রাচুর্য্য, অভাৱ, অল্পতা, অল্পত্ব, কম, চুটা, টুটনি, নাটনি, ন্যূনতা, সামান্যতা, স্বপ্লতা, স্বপ্লত্ব
ସଂସ୍ଥାପନ କରନ୍ତୁ