ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ভালৰ ওলোটা বা বিপৰীত
ଉଦାହରଣ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
ସମକକ୍ଷ : অধম, অনুচিত, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
ଅର୍ଥ : যিটো ঘৃণাৰ যোগ্য
ଉଦାହରଣ : ভ্রূণ-হত্যা এটা ঘৃণনীয় অপৰাধ
ସମକକ୍ଷ : কুৎসিত, ঘিণ লগা-, ঘৃণনীয়, ঘৃণাজনক, ঘৃণাযোগ্য, ঘৃণার্হ, ঘৃণিত, ঘৃণ্য, জঘন্য, বীভৎস
ସଂସ୍ଥାପନ କରନ୍ତୁ