ଅର୍ଥ : অপকাৰ কৰোতা ব্যক্তি
ଉଦାହରଣ :
অপকাৰীয়ে জীৱনত কেতিয়াও সুখ লাভ কৰিব নোৱাৰে
ସମକକ୍ଷ : অনিষ্টকাৰী, ্অনর্থ্্কাৰী
ଅର୍ଥ : যি অপকাৰ কৰে বা অপকাৰ কৰোঁতাজন
ଉଦାହରଣ :
অপকাৰী লোকে কেতিয়াও শান্তিৰে শুব নোৱাৰে
ସମକକ୍ଷ : অনিষ্টকাৰী, অনুপকাৰী