ଅର୍ଥ : যাৰ মন অন্য কোনো বস্তু বা কথাৰ প্রতি আসক্ত হৈ আছে
ଉଦାହରଣ :
অন্যমনস্ক ব্যক্তিৰ মন কোনো কামতে নবহে
ସମକକ୍ଷ : উনমনা
ଅର୍ଥ : যি সাৱধান নহয়
ଉଦାହରଣ :
অসাৱধান লোক বিপদত পৰে
ସମକକ୍ଷ : অনৱধান, অমনোযোগী, অসতর্ক, অসাৱধান, চকু-কাণ মুদা, বে-হুঁচিয়াৰ