ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এটাক এৰি দি কোনোবা এটা
ଉଦାହରଣ : বর্ধিত জনসংখ্যাৰ সমস্যাৰ সৈতে আন সমস্যাও থিয় হৈ দেখা দিছে
ସମକକ୍ଷ : অইন, অন্যান্য, আন, পৰ, বেলেগ
ଅର୍ଥ : নিজৰ আত্মীয়-কুটুম্ব বা সমাজৰ বাহিৰৰ
ଉଦାହରଣ : তেওঁ পৰৰ ্সহায়তা কৰি ভাল পায়
ସମକକ୍ଷ : অন্যৰ, আন, আনৰ, পৰ, পৰৰ, লোকৰ
ଅର୍ଥ : দ্বিতীয় কোনো
ଉଦାହରଣ : মোৰ লগত আন মানুহো আছে
ସମକକ୍ଷ : অইন, আন, আৰু, বেলেগ
ସଂସ୍ଥାପନ କରନ୍ତୁ