ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : মনোযোগ দি চোৱা কার্য
ଉଦାହରଣ : শিক্ষার্থীয়ে গৱেষণাগাৰত অন্বেষণ কৰি আছে
ଅର୍ଥ : কোনো বিষয়ৰ ভালদৰে অনুশীলন কৰি সেই সম্পর্কে নতুন কথা বা তথ্যৰ বিচাৰ কৰা কার্য
ଉଦାହରଣ : ৰবট বৈজ্ঞানিকৰ গৱেষণাৰ ফল
ସମକକ୍ଷ : অনুসন্ধান, এষণা, গৱেষণা
ଅର୍ଥ : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য
ଉଦାହରଣ : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে
ସମକକ୍ଷ : অনুসন্ধান, তদন্ত, বিচাৰ, বুজ
ସଂସ୍ଥାପନ କରନ୍ତୁ