ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অন্ত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অন্ত   বিশেষ্য

ଅର୍ଥ : সমাপ্ত হোৱাৰ ভাব বা কার্য

ଉଦାହରଣ : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল

ସମକକ୍ଷ : অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং

ଅର୍ଥ : কোনো ঘটনা আদিৰ সম্পাদন হোৱা বা অন্তিম অংশ

ଉଦାହରଣ : এই কিতাপখনৰ উপসংহাৰ পঢ়াৰ পিছতহে আপুনি কোনো সিদ্ধান্তত উপনীত হʼব পাৰিব

ସମକକ୍ଷ : ইতি, উপসংহাৰ, শেষ, সমাপ্তি

ଅର୍ଥ : কোনো বস্তু আদি সমাপ্ত হোৱা ভাব বা অৱস্থা

ଉଦାହରଣ : কলিযুগত অন্ত নিশ্চিত

ସମକକ୍ଷ : অৱসান, ইতি, ওৰ, পৰিসমাপ্তি, যতি, শেষ, শেহ, সমাপ্তি, সাং

অন্ত   বিশেষণ

ଅର୍ଥ : যি সকলোৰে পিছত হয়

ଉଦାହରଣ : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে

ସମକକ୍ଷ : অন্তিম, অন্ত্য, চৰম, শেষ