ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি দেখিবলৈ একেধৰণৰ:এই দুইটা পুতলা দেখিবলৈ একে
ଉଦାହରଣ :
ସମକକ୍ଷ : অবিকল, একে, তদ্রূপ, তুল্য, প্রতিম, সংকাশ, সদৃশ, সন্মিত, সমতুল, সমতুল্য, সমান, সমৰূপী, সাইলাখ, হুবহু
ଅର୍ଥ : এই ধৰণৰ
ଉଦାହରଣ : এনেকুৱা মোনা মোৰ ওচৰতো আছে
ସମକକ୍ଷ : এই প্রকাৰৰ, এনেকুৱা, সদৃশ, হুবহু
ଅର୍ଥ : যিটো কিহবাৰ অনুৰূপ
ଉଦାହରଣ : আপোনাৰ অনুকূলে কাম কৰিবলৈ মোৰ হাতত ক্ষমতা নাই
ସମକକ୍ଷ : অনুকূল, অনুসৰি, মাফিক
ସଂସ୍ଥାପନ କରନ୍ତୁ