ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অনুৰাগ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অনুৰাগ   বিশেষ্য

ଅର୍ଥ : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল

ଉଦାହରଣ : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে

ସମକକ୍ଷ : আসক্তি, জেদ, টান, ধাউতি, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা

ଅର୍ଥ : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি

ଉଦାହରଣ : প্রেম নিস্বার্থ ্ হʼব লাগে

ସମକକ୍ଷ : আসক্তি, পীৰিতি, প্রীতি, প্রেম, ভালপোৱা, মহব্বত

ଅର୍ଥ : আসক্ত হোৱা ক্রিয়া বা ভাব

ଉଦାହରଣ : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল

ସମକକ୍ଷ : আসক্তি, ইচ্ছানুভূতি, টান, ধাউতি, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ

ଅର୍ଥ : স্ত্রী আৰু পুৰুষ জাতিৰ প্রাণীবোৰৰ মাজত থকা পাৰস্পৰিক স্নেহ যি বাজ্যিক ৰূপ, গুণ, সান্নিধ্য বা কামবাসনাৰ কাৰণে হয়

ଉଦାହରଣ : হীৰ ৰাঞ্জা, শিৰী ফৰহাদ, ঢ়োলা মাৰুৰ প্রেম অমৰ হৈ পৰিল

ସମକକ୍ଷ : প্রণয়, প্রীতি, প্রেম, ভালপোৱা