ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি প্রেমত আসক্ত
ଉଦାହରଣ : প্রেমাসক্ত পুৰুৰবাৰ কাৰণে উর্বশীয়ে স্বর্গ এৰি পৃথিৱীলৈ আহিছিল
ସମକକ୍ଷ : অনুৰাগী, আসক্ত, প্রেমাসক্ত
ଅର୍ଥ : যি কোনো কাম বা বিষয়ত সম্পূর্ণ ধৰণে লাগি আছে বা লীন গৈছে
ଉଦାହରଣ : তেওঁ পূজাত মগন হৈ আছে
ସମକକ୍ଷ : ডুবা-, মগন, মগ্ন, মচগুল, লিপ্ত, ৰত
ସଂସ୍ଥାପନ କରନ୍ତୁ