ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দেখা-দেখিকৈ কৰা কাম
ଉଦାହରଣ : আমি ভাল মানুহৰ অনুকৰণ কৰা উচিত
ସମକକ୍ଷ : অনুকৰণ
ଅର୍ଥ : কাৰোবাৰ পিছে পিছে যোৱা কার্য
ଉଦାହରଣ : শ্যামে তাৰ দেউতাকক অনুসৰণ কৰিছে
ସମକକ୍ଷ : অনুক্রমণ, অনুগমন, খোজত খোজ মিলোৱা-, পদাংক অনুসৰণ, পদানুসৰণ, পশ্চাদগমন, পশ্চাদনুসৰণ, পিছে পিছে যোৱা-
ସଂସ୍ଥାପନ କରନ୍ତୁ