ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অনুসন্ধান ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অনুসন্ধান   বিশেষ্য

ଅର୍ଥ : লুকাই থকা বা হেৰোৱা কোনো বস্তু বিচৰা কার্য ্বা ভাব

ଉଦାହରଣ : পুলিচে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে

ସମକକ୍ଷ : তালাচী, বিচাৰ

ଅର୍ଥ : কোনো বিষয়ৰ ভালদৰে অনুশীলন কৰি সেই সম্পর্কে নতুন কথা বা তথ্যৰ বিচাৰ কৰা কার্য

ଉଦାହରଣ : ৰবট বৈজ্ঞানিকৰ গৱেষণাৰ ফল

ସମକକ୍ଷ : অন্বেষণ, এষণা, গৱেষণা

ଅର୍ଥ : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য

ଉଦାହରଣ : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে

ସମକକ୍ଷ : অন্বেষণ, তদন্ত, বিচাৰ, বুজ

ଅର୍ଥ : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণৰ বা ৰহস্যৰ সন্ধান কৰা কার্য

ଉଦାହରଣ : এই বিষয়টোৰ অনুসন্ধান উচ্চ বিষয়াবর্গৰ জৰিয়তে কৰা হʼব

ସମକକ୍ଷ : বিচাৰ, সম্পৰীক্ষা

ଅର୍ଥ : অবৈধ বস্তু বা কোনো ব্যক্তি আদিক ধৰিবৰ কাৰণে পুলিচ বা চৰকাৰী বিভাগৰ দ্বাৰা হঠাৎ কৰা বিচাৰ

ଉଦାହରଣ : আজি পুলিচে মহাজন কৰোৰীমলৰ ঘৰত অনুসন্ধান চলালে