ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অনুমোদন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অনুমোদন   বিশেষ্য

ଅର୍ଥ : কোনোবাই কৰা কামৰ সন্মুখত ৰৈ দিয়া পৰামর্শক সঠিক বুলি মানি লৈ দিয়া স্বীকৃতি

ଉଦାହରଣ : আমি এই প্রস্তাৱটোত অনুমোদন জনাইছোঁ

ସମକକ୍ଷ : সমর্থন

ଅର୍ଥ : কোনো বস্তু পচন্দ কৰা বা ভাল বুলি অনুভৱ কৰা কার্য ্বা ভাব

ଉଦାହରଣ : তেওঁৰ সন্মতিত আমি সন্তুষ্ট হৈছোঁ

ସମକକ୍ଷ : সন্মতি, স্বীকৃতি

ଅର୍ଥ : কোনো কথা বা বিচাৰত উপস্থিত বা সম্বন্ধ থকা সকলো লোকে একেটা কথাতে সন্মতি দিয়া এক পৰিস্থিতি

ଉଦାହରଣ : সর্বসন্মতিৰে ৰামক এই সংস্থাটোৰ সচিব নি্র্বাচন কৰা হৈছে

ସମକକ୍ଷ : মঞ্জুৰ, সমর্থন, সর্বসন্মতি