ଅର୍ଥ : যিখন পত্র দেখুৱায় কোনো ব্যক্তি কোনো সংকটপূর্ণ পৰিস্থিতিৰ পৰা নিৰাপদে পাৰ হʼব পাৰে
ଉଦାହରଣ :
অনুমতি পত্রৰ অবিহনে তোমাক ইয়াৰ পৰা যাবলৈ দিয়া নহʼব
ସମକକ୍ଷ : পাচ
ଅର୍ଥ : একধৰণৰ অধিকাৰ পত্র যাৰ জৰিয়তে কোনো ব্যক্তি বা সামগ্রী কোনো ঠাইৰ পৰা বেলেগ ঠাইলৈ সৰবৰাহ কৰিব পৰা যায়
ଉଦାହରଣ :
সামগ্রী বিদেশলৈ পঠোৱাৰ কাৰণে মই অনুজ্ঞাপত্র লাভ কৰিছোঁ
ସମକକ୍ଷ : অনুজ্ঞাপত্র
ଅର୍ଥ : কোনো বিশেষ কাম কৰিবলৈ বা নিজৰ লগত কোনো বিশেষ বস্তু ৰাখিব কাৰণে প্রশাসনৰ দ্বাৰা দিয়া অধিকাৰ পত্র
ଉଦାହରଣ :
মহেশে গাড়ী চলোৱাৰ লাইচেন্স লাভ কৰিছে
ସମକକ୍ଷ : লাইচেন্স