ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ৰাজ্যৰ শাসক পক্ষৰ পৰা কোনো বিশেষ কামৰ সহায়ৰ কাৰণে লাভ কৰা ধন
ଉଦାହରଣ : বানপীড়িত এলেকাৰ কাৰণে কেন্দ্রীয় চৰকাৰে এক কোটি টকাৰ অনুদান দিছে
ଅର୍ଥ : কোনো সামাজিক, ধার্মিক কাম আদিৰ বাবে দানৰ ৰূপত মানুহৰ পৰা লোৱা ধন আদি
ଉଦାହରଣ : তেওঁ মন্দিৰৰ বাবে একত্রিত কৰা চান্দাই নিজৰ ঘৰ সাজিলে
ସମକକ୍ଷ : চান্দা, বৰঙণি
ସଂସ୍ଥାପନ କରନ୍ତୁ