ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ কান্তি মাৰ গৈছে
ଉଦାହରଣ : মাকক দেখিয়ে পুতেকৰ ম্লান মুখ উজ্বলি উঠিল
ସମକକ୍ଷ : নিষ্প্রভ, মলিন, ম্লান, স্তিমিত
ଅର୍ଥ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়
ଉଦାହରଣ : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে
ସମକକ୍ଷ : অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ