ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অনুচিত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অনুচিত   বিশেষণ

ଅର୍ଥ : ভালৰ ওলোটা বা বিপৰীত

ଉଦାହରଣ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়

ସମକକ୍ଷ : অধম, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ

ଅର୍ଥ : যিটো নৈতিক নহয় বা যʼত নৈতিকতা নাই

ଉଦାହରଣ : যেতিয়া দেশৰ কর্ণধ্াৰসকলেই চুৰি, ঘোচখুৰীৰ দৰে অনৈতিক কাম কৰে তেতিয়া দেশৰ অৱস্থা কি হʼব!

ସମକକ୍ଷ : অনীতিপূর্ণ, অনৈতিক, নীতিবিৰুদ্ধ, নৈতিকতাহীন

ଅର୍ଥ : যিটো উচিত বা যুগুত নহয়

ଉଦାହରଣ : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ

ସମକକ୍ଷ : অন্যায়, অযথার্থ, অযুগুত, অসংগত, অসজ, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল