ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ভালৰ ওলোটা বা বিপৰীত
ଉଦାହରଣ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
ସମକକ୍ଷ : অধম, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
ଅର୍ଥ : যিটো নৈতিক নহয় বা যʼত নৈতিকতা নাই
ଉଦାହରଣ : যেতিয়া দেশৰ কর্ণধ্াৰসকলেই চুৰি, ঘোচখুৰীৰ দৰে অনৈতিক কাম কৰে তেতিয়া দেশৰ অৱস্থা কি হʼব!
ସମକକ୍ଷ : অনীতিপূর্ণ, অনৈতিক, নীতিবিৰুদ্ধ, নৈতিকতাহীন
ଅର୍ଥ : যিটো উচিত বা যুগুত নহয়
ଉଦାହରଣ : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ
ସମକକ୍ଷ : অন্যায়, অযথার্থ, অযুগুত, অসংগত, অসজ, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল
ସଂସ୍ଥାପନ କରନ୍ତୁ