ଅର୍ଥ : কাৰোবাৰ কোনো সিদ্ধান্ত মানি বা সেই অনুসৰি চলা
ଉଦାହରଣ :
তেওঁ সন্ত কবীৰৰ অনুগামী
ସମକକ୍ଷ : অনুগত
ଅର୍ଥ : কাৰোবাক সমান আচৰণ কৰোতা
ଉଦାହରଣ :
ইয়াত অনুগামী লোকৰ অভাৱনো কʼত হৈছে
ଅର୍ଥ : আজ্ঞাৰ পালন কৰোতা
ଉଦାହରଣ :
কৃষকজনে নিজৰ আজ্ঞাকাৰী পুত্রকলৈ বহুত সুখী আছিল
ସମକକ୍ଷ : আজ্ঞা পালক, আজ্ঞাকাৰী, আজ্ঞাপালক