ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দেখা-দেখিকৈ কৰা কাম
ଉଦାହରଣ : আমি ভাল মানুহৰ অনুকৰণ কৰা উচিত
ସମକକ୍ଷ : অনুসৰণ
ଅର୍ଥ : আনৰ কোনো কথা লৈ তথা তাক নিজৰ অনুকূল কৰি গ্ৰহণ কৰা কাৰ্য
ଉଦାହରଣ : আমি ভাল কথাৰ অনুকৰণ কৰা উচিত
ସଂସ୍ଥାପନ କରନ୍ତୁ